Best Assamese love status For 2020- Assamese Love Status Picture.
Get Best Assamese love status in Assamese language. Here you get good status pic for WhatsApp status so don't wait. Heart Touching status & love status pic Only for you.
Assamese Love Status & Sms
জীৱনৰ বাবে প্ৰাণ জৰুৰী,😊
লাভৰ বাবে আশা জৰুৰী,🤔
মোৰ জীৱনত যিমানেই দুখ নাথাকক,😔
তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী ।
সম্পৰ্ক সেইটোৱেই,
য' ত কাজিয়া, মান-অভিমান অনেক,
তথাপি ইজনে সিজনক কেতিয়াও এৰি নাযায় ।
বৰষুণত তিতিব মন যায় যদি,
এবাৰ মোৰ চকু কেইটালৈ চাবা ।
বৰষুণতো সকলোৰে বাবে আহে,
কিন্তু এই চকুত বাৰিষা কেৱল তোমাৰ বাবেহে আহে ।
ভালপােৱা কোনাে দায়িত্বৰ নাম নহয়
যে এনেদৰে কৰিলে হব।
নাইবা তেনেদৰে কৰিলে হব।
ভালপােৱা হল বতাহৰ দৰে। অলপমান ঠাই পালেই দখল কৰি লয় মনৰ সকলাে স্থান।
এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল
তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।
অতুলনীয়
ReplyDelete